April 22, 2024 11:38 AM April 22, 2024 11:38 AM

views 13

মণিপুৰৰ ইনাৰ মণিপুৰ সংসদীয় সমষ্টিৰ ১১টা ভোটগ্রহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্রহণ

মণিপুৰৰ ইনাৰ মণিপুৰ সংসদীয় সমষ্টিৰ ১১টা ভোটগ্রহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। নির্বাচন আয়োগে এই কেন্দ্ৰকেইটাত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ পুনৰ ভোটগ্ৰহণ কৰিবলৈ ৰাজ্যিক নির্বাচন প্ৰাধিকৰণক নিৰ্দেশ দিছিল।

April 6, 2024 12:15 PM April 6, 2024 12:15 PM

views 5

মণিপুৰত লোকসভা নিৰ্বাচনত ভোটদাতাৰ অংশগ্ৰহণ, ভোটগ্রহণ সূচাৰুৰূপে সম্পন্নৰ উদ্দেশ্যে নির্বাচন আয়োগৰ ভালেমান পদক্ষেপ গ্রহণ

মণিপুৰত আসন্ন লোকসভা নিৰ্বাচনত ভোটদাতাসকলৰ সৰ্বাধিক অংশগ্ৰহণৰ লগতে ভোটগ্রহণ প্রক্রিয়া সূচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে নির্বাচন আয়োগে ভালেমান পদক্ষেপ গ্রহণ কৰিছে। যোৱা বছৰ মে’ত জাতিগত হিংসাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সাহায্য শিবিৰত আশ্ৰয় লৈ থকা লোকসকলক ভোটদানৰ সুবিধা প্ৰদান কৰাৰ লগতে ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথম পৰ্যায়ৰ চূড়াচান্দপুৰ আৰু কাংপকপীকে ধৰি এখন জিলাত ৮৫ টা বিশেষ ভোটগ্রহণ কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত লৈছে। ইপিনে, সাহায্য শিবিৰত থকা লোকসকলে এখন উপত্যকা জি...