April 22, 2024 8:13 PM
26
ইনাৰ মণিপুৰ সংসদীয় সমষ্টিৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন
মণিপুৰৰ ইনাৰ মণিপুৰ সংসদীয় সমষ্টিৰ অধীনৰ পূব ইম্ফল আৰু পশ্চিম ইম্ফল জিলা দুখনৰ ১১টা ভোটগ্রহণ কেন্দ্ৰত আজি অনুষ্ঠিত পুনৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন হয়। আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণৰ বিয়লি ৫ বজাত সামৰণি পৰে। বিয়লি ৩ বজালৈকে লাভ কৰা তথ্য অনুসৰি ৭৩ শতাংশৰো অধিক ভোটদাতাই ভোটাৰ অধিকাৰ সাব্যস্ত কৰে । ইনাৰ মণিপুৰ সংসদীয় সমষ্টিৰ বির্টানিং বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত যোৱা ১৯ এপ্ৰিলত হোৱা ভোটগ্ৰহণৰ সময়ছোৱাত এই ১১টা ভোটগ্রহণ কেন্দ্ৰত কিছু বিক্ষিপ্ত...