May 15, 2025 8:41 PM
মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী চান্দেল জিলাত অসম ৰাইফলছৰ জোৱানৰে হোৱা সংঘৰ্ষত সন্দেহযুক্ত উগ্রপন্থী গোটৰ ১০জন সদস্য নিহত
মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী চান্দেল জিলাৰ খেনজয় মহকুমাৰ নিউ চোমতাল গাঁৱত অসম ৰাইফলছৰ জোৱানৰ সৈতে হোৱা সংঘৰ্ষত কমেও ১০ জন সন্দেহযুক্ত উগ্রপন্থী গোটৰ সদস্য নিহত হয়। সেনাৰ ইষ্টাৰ...