October 27, 2025 11:53 AM

views 17

মণিপুৰৰ বিভিন্ন জিলাৰ পৰা নিষিদ্ধঘোষিত উগ্ৰপন্থী সংগঠনৰ ছজন সদস্যক আটক, অস্ত্ৰ-গুলী জব্দ

মণিপুৰত সুৰক্ষা বাহিনীয়ে কালি বিভিন্ন জিলাৰ পৰা নিষিদ্ধঘোষিত উগ্ৰপন্থী সংগঠনৰ ছজন সদস্যক আটক কৰাৰ লগতে ভালেসংখ্যক অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ জব্দ কৰে। এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে কাকচিং, পশ্চিম ইম্ফল আৰু থৌবাল জিলাৰ পৰা আটক কৰা উগ্ৰপন্থীকেইজন কাংলেইপাক কমিউনিষ্ট পার্টি, পিপ্‌লছ ৰিভ’লিউচনেৰী পাৰ্টি অৱ কাংলেইপাক আৰু পিপ্লছ লিবাৰেচন আৰ্মীৰ সদস্য। চৰকাৰী কৰ্মচাৰী, ঠিকাদাৰ আৰু অন্যান্য লোকক দাবী-ধমকি আৰু জোৰ-জুলুমকৈ চান্দা উঠোৱা আদিকে ধৰি বিভিন্ন অপৰাধমূলক কামত এই সদস্যকেইজন জড়িত বুলি আৰক্ষী ...