May 7, 2024 1:16 PM May 7, 2024 1:16 PM

views 19

ভাৰতৰ মনিকা বাট্ৰৰ ছৌদি স্মেছ টেবুল টেনিছৰ মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

♦ ছৌদি আৰৱৰ জেড্ডাহত চলি থকা ছৌদি স্মেছ টেবুল টেনিছ প্রতিযোগিতাত ভাৰতৰ মনিকা বাট্ৰই বিশ্বৰ দুই নম্বৰ বাছনিৰ খেলুৱৈ চীনৰ ৱাং মান্‌য়ুক পৰাস্ত কৰি মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৩৯ নম্বৰ বাছনিৰ খেলুৱৈ মনিকাই ৩-১ ফলাফলত নিজৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰে। প্রি-কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় খেলুৱৈগৰাকীয়ে জাৰ্মানীৰ নীনা মিট্টেলহেমৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইফালে মিক্সড ডাবলছত ভাৰতৰ য়শস্বীনী ঘৰপড়ে আৰু হাৰ্মিত দেশাইৰ যুটীটোৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। তেওঁলোকে স্পেইনৰ মাৰিয়া জিয়াউ আ...