April 5, 2024 8:47 PM April 5, 2024 8:47 PM

views 14

কংগ্ৰেছে প্ৰকাশ কৰা ইস্তাহাৰক মিথ্যাচাৰৰ মালিতা বুলি অভিহিত বিজেপিৰ

বিজেপিয়ে লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰা ইস্তাহাৰক মিথ্যাচাৰৰ মালিতা বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কয় যে ভোটদাতাসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ উদ্দেশ্যে এই ইস্তাহাৰ যুগুতাই উলিওৱা হৈছে। কংগ্ৰেছে বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ বাবে পূৰ্বতে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰৰ এটাও প্ৰতিশ্ৰুতি পূৰণ কৰা নাই বুলি তেওঁ অভিযোগ কৰে। শ্ৰী ত্রিবেদীয়ে কয় যে কংগ্ৰেছে ইস্তাহাৰখনৰ জল ব্যৱস্থাপনা বিষয়ক পৃষ্ঠাত নিউয়ৰ্কৰ বাফেলো...