December 8, 2024 7:39 PM

views 19

মঙলদৈৰ গান্ধী ময়দানত মঙলদৈ গ্ৰন্থমেলা আৰম্ভ

আজিৰে পৰা মঙলদৈৰ গান্ধী ময়দানত মঙলদৈ গ্ৰন্থমেলা আৰম্ভ হৈছে। আজি বিয়লি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰে। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈ আৰু দৰং-ওদালগুৰি সমষ্টিৰ সাংসদ দিলিপ শ‍ইকীয়াই মুখ্য অতিথি হিচাপে উপস্থিত থকা এই গ্ৰন্থমেলা উদ্বোধন কৰি শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে, ব্যক্তিৰ সফলতা তেওঁৰ মৃত্যুৰ লগে লগে হেৰাই যায় যদিও লেখক-সাহিত্যিকৰ সফলতা তেওঁলোকৰ গ্ৰন্থৰ জৰিয়তে মৃত্যুৰ পাছতো উত্তৰ পুৰুষৰ বাবে ৰৈ যায়। সপ্তাহযোৰা ...