June 5, 2025 9:34 PM
মঙলদৈত নিৰ্মীয়মাণ দক্ষতা বিশ্ববিদ্যালয় চৌহদক এবাৰ ব্যৱহাৰ্য প্লাষ্টিকমুক্ত চৌহদ হিচাপে ঘোষণা
অসম দক্ষতা বিশ্ববিদ্যালয়ৰ মঙলদৈত নিৰ্মীয়মাণ দক্ষতা বিশ্ববিদ্যালয় চৌহদক এবাৰ ব্যৱহাৰ্য প্লাষ্টিকমুক্ত চৌহদ হিচাপে ঘোষণা কৰা হৈছে। পৰিৱেশ বহন ক্ষমতাৰ দিশত গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচ...