December 29, 2024 12:08 PM

views 16

মঙলদৈৰ জিলা পুথিভঁৰালত অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ বাৰ্ষিক অধিৱেশন আৰু পূর্ণাংগ নাট প্ৰতিযোগিতা

মঙলদৈৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ আৰু নাট্য মন্দিৰত অসম নাট্য সন্মিলনৰ দৰং জিলা সমিতিৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ বাৰ্ষিক অধিৱেশন আৰু পূর্ণাংগ নাট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে।  সন্মিলনত স্বৰ্ণপীঠ মণ্ডলৰ অন্তৰ্ভুক্ত ৮ খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। সন্মিলনত আজি দিনৰ  ১১-৩০ বজাৰ পৰা মুকলি সভা, স্মৃতি গ্ৰন্থ উন্মোচনী কাৰ্যসূচীৰ লগতে চিত্রাংকণ প্রতিযোতাও অনুষ্ঠিত হ'ব। মুকলি সভাত অসম নাট্য সন্মিলনৰ সভাপতি তথা প্রাক্তন সাংসদ কুমাৰ দীপক দাস, সাংস্ক...