November 21, 2025 8:24 PM
20
দৰং জিলাৰ বিভিন্ন বিভাগৰ পেঞ্চনৰ কাম নিষ্পত্তি কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত সাধাৰণ সভা
দৰং জিলাৰ বিভিন্ন বিভাগৰ অৱসৰ পোৱা ব্যক্তিসকলৰ অমীমাংসিত হৈ থকা পেঞ্চনৰ কামসমূহ নিষ্পত্তি কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এখন সাধাৰণ সভা অনুষ্ঠিত হয়। ২০২৫ চনৰ অডিট সপ্তাহৰ অংশ হিচাপে বৃহস্পতিবাৰে অনুষ্ঠিত এই সভাত গুৱাহাটীৰ মহাগাণনিক কাৰ্য্যালয়ৰ উপ-গাণনিক বিষয়াৰ নেতৃত্বত সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। সভাত অৱসৰপ্ৰাপ্ত বিভিন্ন লোকৰ মহা-গাণনিক কাৰ্য্যালয়ৰ পৰা ঘূৰি অহা পেঞ্চন আৰু ভৱিষ্যনিধিৰ নিষ্পত্তি নোহোৱা বিষয়সমূহ পৃথকে পৃথকে পৰ্যালোচনা কৰি সমাধান কৰাৰ ব্যৱস্থা কৰা হয়। এই পদক্ষেপে...