July 29, 2025 9:27 PM
মানস ৰাষ্ট্ৰীয় উদ্যানত আন্তর্জাতিক বিশ্ব ব্যাঘ্ৰ দিৱস পালন
মানস ৰাষ্ট্ৰীয় উদ্যানত আজি আন্তর্জাতিক বিশ্ব ব্যাঘ্ৰ দিৱস পালন কৰা হৈছে। বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়। মানস ৰাষ্ট্ৰীয় উদ্যানত ঢেকিয়াপ...