September 27, 2024 1:28 PM

views 26

ৰাজ্যৰ পৰ্যটন বিভাগ, বড়োলেণ্ড পৰ্যটন বিভাগৰ সহযোগত মানসত আজি বিশ্ব পৰ্যটন দিৱস উদযাপন

ৰাজ্যৰ পৰ্যটন বিভাগে বড়োলেণ্ড পৰ্যটন বিভাগৰ সহযোগত মানসত আজি বিশ্ব পৰ্যটন দিৱস উদযাপন কৰা হৈছে। বিশ্ব পৰ্যটন দিৱসৰ সমান্তৰালভাৱে আজি ৰাজ্যৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই পৰ্যটকৰ বাবে মানসৰ প্ৰৱেশদ্বাৰ মুকলি কৰে। তেওঁ বি টি আৰ অঞ্চলত শান্তি আৰু সুস্থিৰতাৰ পৰিৱেশ ঘূৰি অহাৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ সংখ্যা বিগত বছৰসমূহত বৃদ্ধি পাইছে বুলি মন্তব্য কৰে। অনুষ্ঠানত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো উপস্থিত থাকি বছৰি এই ৰাষ্ট্ৰীয় উদ্যানখনলৈ পৰ্যটক সংখ্যা বৃদ্ধি পোৱাৰ দৰে...