September 4, 2025 8:36 PM
12
মমতা বেনাৰ্জীৰ বিৰুদ্ধে সংবিধান অৱমাননা কৰাৰ অভিযোগ উত্থাপন বিজেপিৰ
বিজেপিয়ে আজি পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ বিৰুদ্ধে ৰাজ্য বিধানসভাত সংবিধান অৱমাননা কৰাৰ অভিযোগ উত্থাপন কৰে। নতুন দিল্লীত অনুষ্ঠিত এখন সংবাদ মেলত বিজেপিৰ মুখপাত্র গৌৰৱ ভাটিয়াই পশ্চিম বংগ বিধানসভাৰ মজিয়াত বিজেপি বিধায়কসকল আক্ৰমণৰ সন্মুখীন হয় বুলি অভিযোগ তোলে। তেওঁ লগতে কয় যে মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰে। বিজেপিৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ কাৰ্যকালত ৰাজ্যখ...