October 25, 2024 7:50 PM
22
২৩ অক্টোবৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে গ্লোবেল ফাণ্ডৰ এখন উচ্চ পৰ্যায়ৰ আঞ্চলিক পর্যালোচনা সভা অনুষ্ঠিত
ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত মেলেৰীয়া নিৰ্মল প্ৰকল্পৰ বাবে এইডছ, যক্ষ্মা আৰু মেলেৰীয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মহা প্ৰৱন্ধক অধ্যাপক অতুল গোৱেলৰ সভাপতিত্বত যোৱা ২৩ অক্টোবৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে গ্লোবেল ফাণ্ডৰ এখন উচ্চ পৰ্যায়ৰ আঞ্চলিক পর্যালোচনা সভা অনুষ্ঠিত হয়। পর্যালোচনা সভাত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ আয়ুক্ত সচিব, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অৰ্থনৈতিক উপদেষ্টা, ৰাষ্...