November 1, 2025 12:30 PM
2
মেলিছা ঘূর্ণীবতাহৰ ফলত জামাইকাত কমেও ১৯ জন লোকৰ মৃত্যু
জামাইকাত মেলিছা নামৰ ঘূর্ণীবতাহৰ ফলত কমেও ১৯ জন লোকৰ মৃত্যু হৈছে। জামাইকাৰ তথ্য মন্ত্ৰী ডানা মৰিছ ডিকছনে জনোৱা মতে ঘূর্ণীবতাহত বেয়াকৈ ক্ষতিগ্রস্ত অঞ্চলসমূহত উদ্ধাৰ অভিযান অব্যাহত আছে। ...