April 25, 2024 12:17 PM

views 24

আজি বিশ্ব মেলেৰিয়া দিৱস

আজি বিশ্ব মেলেৰিয়া দিৱস। বিশ্বব্যাপি মেলেৰিয়াৰ বিৰুদ্ধে চলাই থকা যুঁজখনত অধিক সক্ৰিয়তাৰে সকলোকে অংশ ল'বলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে আহ্বান জনাইছে। এটা বিজ্ঞপ্তিযোগে প্ৰকাশ কৰা হৈছে যে, ৰাজ্যৰ সকলো স্বাস্থ্য কেন্দ্ৰতে মেলেৰিয়া ৰোগৰ পৰীক্ষা আৰু চিকিৎসা বিনামূলীয়াকৈ উপলব্ধ তথা যিকোনো সহায়তাৰ বাবে আশাকর্মী বা এ এন এমৰ সৈতে যোগাযোগ কৰিব পৰা যাব। জনসাধাৰণক স্বাস্থ্য সম্পৰ্কীয় যিকোনো তথ্যৰ বাবে ১০৪ আৰু এম্বুলেন্স সেৱাৰ বাবে ১০৮ নম্বৰত যোগাযোগ কৰিবলৈকেও বিজ্ঞপ্তিটোত আহ্বান জনোৱা হৈছে। লগত...