October 6, 2024 8:13 PM

views 22

মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জু  পাঁচ দিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ আমন্ত্ৰণ মৰ্মে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জু আজি পাঁচ দিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পাছত এয়া হৈছে মুইজ্জৰ প্ৰথমটো ভাৰত ভ্ৰমণ ৷ এই ভ্ৰমণকালত তেওঁ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি ভাৰত চৰকাৰৰ অন্যান্য শীর্ষ বিষয়াসকলৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। সন্ধিয়াৰ ভাগত বিদেশ মন্ত্রী এছ জয়শংকৰে তেওঁক সাক্ষাৎ কৰিব। কাইলৈ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিগৰাকীক আনুষ্ঠানিকভাৱে আ...