August 18, 2024 8:31 PM

views 26

কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী ডাটা ছেৰি আনৱাৰ বিন ইব্রাহিমে কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণ কৰিব। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ এয়া হ'ব প্ৰথম হ'ব বিদেশ ভ্রমণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকী অহা মঙলবাৰে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। এই ভ্ৰমণৰ সময়ছোৱাত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু তথা বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰকো সাক্ষাৎ কৰিব। ভাৰত আৰু মালয়েছিয়াৰ শক্ত...