June 11, 2024 11:13 AM

views 20

মালাৱিৰ উপ-ৰাষ্ট্ৰপতি ছাওলোছ চিলিমা আৰু ৯ জন লোকক লৈ উৰা মৰা বিমান সন্ধানহীন

মালাৱিৰ উপ-ৰাষ্ট্ৰপতি ছাওলোছ চিলিমা আৰু অন্যান্য ৯ জন লোকক লৈ উৰা মৰা এখন বিমান সন্ধানহীন হৈছে। মালাৱিৰ ৰাষ্ট্ৰপতি লাজাৰ শ্বছকৱেৰাৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এটা বিবৃতি অনুসৰি দেশখনৰ প্ৰতিৰক্ষা বাহিনীৰ বিমানখন কালি ৰাজধানী লিলংৱেৰ পৰা উৰা মৰাৰ পাছতে ৰাডাৰৰ পৰা সন্ধানহীন হয়। বিমানখনত ৫১ বছৰীয়া উপ-ৰাষ্ট্ৰপতিগৰাকীৰ লগতে তেওঁৰ পত্নী আৰু অন্য ৮জন লোক আছিল। বিমানখনে উৰা মৰাৰ পৰা ৪৫ মিনিটৰ পাছত মজুজু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল। নিখোজ হোৱা বিমানখনৰ বাবে অনুসন্ধান আৰু উদ্ধাৰ অভিযান...