June 8, 2025 1:03 PM

views 56

ৰাজ্যত মেলেৰিয়াত ১১০০ জন লোক আক্ৰান্ত, তিনিজনৰ মৃত্যু

ৰাজ্যত ১১০০ জন লোক মেলেৰিয়াত আক্ৰান্ত হোৱাৰ লগতে এই ৰোগৰ ফলত তিনিজন লোকৰ মৃত্যু হৈছে। স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে বি টি আৰৰ পাঁচখন জিলাত মেলেৰিয়াৰ সংক্ৰমণ সর্বাধিক। ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ আঁচনিৰ ৰাজ্যিক কাৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এপ্ৰিলৰ মাজভাগৰ পৰা বৰষুণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত মে মাহৰ শেষ ভাগৰ পৰা ৰাজ্যৰ কেইবাখনো জিলাত মেলেৰিয়াৰ সংক্ৰমণ বৃদ্ধি পায়। কোকৰাঝাৰ জিলাত সৰ্বাধিক ৮০২ জন লোক এই ৰোগত আক্ৰান্ত হৈছে আৰু ইয়াৰে দুজনৰ মৃত্যু হৈছে। চিৰাং জিলাত ২৬২ জন লোক ম...