October 20, 2025 7:19 PM

views 22

মাজুলীৰ দৰিয়াদুবিৰ পাৰত ৪ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আয়োজন

মাজুলীৰ দৰিয়াদুবিৰ পাৰত অহা ৪ নৱেম্বৰৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আয়োজন কৰা হৈছে। অঞ্চলটোৰ যুৱ সমন্বয় কৃষ্টি সংঘই অস্থায়ী মঞ্চত যোৱা ছবছৰ ধৰি আয়োজন কৰি অহা এই ৰাসলীলা এইবাৰ অসমীয়াৰ স্বভিমানস্বৰূপ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত উৎসৰ্গা কৰা হ'ব। উল্লেখযোগ্য যে শিল্পী জুবিন গার্গে ২০০২ চনত এই দৰিয়াদুবিৰ পাৰত প্ৰথমবাৰৰ বাবে সংগীতানুষ্ঠান পৰিৱেশন কৰিছিল। শিল্পীগৰাকীৰ প্রতি শ্রদ্ধা জনায় এইবাৰ এই ৰাসলীলা দর্শকসকলে বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জানিব পৰা গ...