November 28, 2024 12:01 PM November 28, 2024 12:01 PM
4
মাজুলীক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ কেন্দ্ৰীয় মন্ত্রী গজেন্দ্র সিং শেখাৱটক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মাজুলীক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে। কাজিৰঙাত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ কালিৰ উদ্বোধনী অনুষ্ঠানত পৰ্যটন আৰু সাংস্কৃতিক দপ্তৰৰ ৰাজ্য মন্ত্রী গজেন্দ্র সিং শেখাৱটক তেওঁ এই আহ্বান জনায়। অসমৰ ঘৰুৱা পৰ্যটন ক্ষেত্ৰ যোৱাটো পৰ্যটন বৰ্ষত ৫৭৫ শতাংশ বৃদ্ধি হোৱা বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয়, যে তৃতীয়বাৰলৈ উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা অসমত আয়োজন কৰাটো সন্মানৰ বিষয় আৰু এই উৎস...