August 29, 2024 8:59 PM
মাজুলীৰ মিছামৰা প্ৰাথমিক বিদ্যালয়ত বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ
মাজুলী জিলা স্বাস্থ্য বিভাগৰ অধীনৰ কমলাবাৰী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত আজি মিছামৰা প্ৰাথমিক বিদ্যালয়ত বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত চকু ৰোগ, দাঁতৰ...