August 26, 2024 8:54 PM
মাজুলীৰ গড়মূৰ বংশীগোপাল নাট্য মন্দিৰৰ ১০৫সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন
মাজুলীৰ গড়মূৰ বংশীগোপাল নাট্য মন্দিৰৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, নাট্য মন্দিৰৰ পতাকা উত্...