September 8, 2024 12:12 PM

views 20

নৱম সংখ্যক মাজুলী জিলা দিৱস উপলক্ষে বিভিন্ন কার্যসূচী ৰূপায়ন

নৱম সংখ্যক মাজুলী জিলা দিৱস উপলক্ষে আজি পুৱাৰ ভাগতে কমলাবাৰীত ঘড়ী টাৱাৰৰ আধাৰশিলা স্থাপনৰ পাছত সমূহিয়া ছাফাই অভিযান কার্যসূচী ৰূপায়ন কৰা হয়। ইয়াৰ পাছতে গড়মূৰ জিলা কাৰাগাৰত যোগাসনৰ এক কাৰ্যসূচী ৰূপায়ন কৰা হয়। দুপৰীয়াৰ ভাগত গড়মূৰৰ বংশীগোপাল নাট্য মন্দিৰত কলা প্ৰতিযোগিতা আৰু জনসভা অনুষ্ঠিত হ'ৱ। ঠিক একে সময়তে গড়মূৰ পীতাম্বৰ দেৱ গোস্বামী জিলা চিকিৎসালয়ত ৰক্তদান শিবিৰৰো আয়োজন কৰা হৈছে। সন্ধিয়া ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰিব । সন্ধিয়া গড়মূৰৰ বংশীগোপাল নাট্য মন্দিৰত এখন তথ্যচিত্র প্রদর্শন ...