September 10, 2024 9:04 PM
মাজুলীত প্ৰথমটো চৰকাৰী দত্তক গ্রহণ কেন্দ্ৰ মুকলি
বিধায়ক ভুবন গামে আজি মাজুলীৰ কমলাবাৰী সত্ৰৰ সমীপত প্ৰথমটো চৰকাৰী দত্তক গ্রহণ কেন্দ্ৰ আজি আনুষ্ঠানিকভাবে মুকলি কৰে। কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰ্যালয়ৰ অধীনত ৰাজ্যিক ...