November 27, 2024 7:23 PM

views 12

সাহিত্যাচাৰ্য প্ৰয়াত মহিম বৰাৰ জন্ম শতবার্ষিকী উপলক্ষে নগাঁৱত বিশেষ অনুষ্ঠান

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্যাচাৰ্য প্ৰয়াত মহিম বৰাৰ জন্ম শতবার্ষিকী উপলক্ষে আজি নগাঁৱত এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। সাহিত্য একাডেমী উদ্যোগত নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে সাহিত্যিকগৰাকীৰ জন্ম শতবৰ্ষ উদযাপন কৰে। এই উপলক্ষে মহিম বৰাৰ সাহিত্য বিষয়ক আলোচনাচক্র অনুষ্ঠিত হয়। অনুষ্ঠানত সাহিত্য একাডেমীৰ ভাষা উপদেষ্টা সমিতিৰ আহ্বায়ক ড০ দিগন্ত বিশ্ব শৰ্মা, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সদানন্দ পায়েং আৰু বিশিষ্ট সাহিত্য সমালোচক প্রভাত বৰাৰ উপৰি ভালেসং...