January 9, 2026 12:13 PM
14
ৰাজ্যৰ ভিন্ন প্ৰান্তত বৃদ্ধি পোৱা মানৱ সৰবৰাহৰক লৈ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ উদ্বেগ প্রকাশ
ৰাষ্ট্ৰীয় মহিলা আয়োগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পোৱা মানৱ সৰবৰাহৰ বিষয়ক লৈ উদ্বেগ প্রকাশ কৰিছে। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া ৰাহটকাৰে কালি ডিব্ৰুগড়ত এখন সংবাদমেলত কয়, যে ৰাজ্যৰ বিভিন্ন অংশত বৃহৎ পৰিসৰত মানৱ সৰবৰাহৰ ঘটনা বৃদ্ধি পাইছে আৰু এয়া অতি উদ্বেগজনক বিষয়। ৰাষ্ট্ৰীয় মহিলা আয়োগে মহিলা আৰু শিশু সৰবৰাহ ৰোধ কৰাৰ বাবে কাম কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীমতী ৰাহাটকাৰে এইক্ষেত্ৰত কাম কৰা সকলো অংশীদাৰীৰে প্ৰয়োজনীয় প্ৰশিক্ষণ আৰু সজাগতা থকা উচিত বুলি মন্তব্য কৰে। তেওঁ কয়, যে ...