June 10, 2025 12:26 PM

views 21

ICC HALL OF FAME-ত অন্তৰ্ভুক্ত মহেন্দ্র সিং ধোনী

ভাৰতীয় ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীক ICC HALL OF FAME-ত অন্তৰ্ভুক্ত কৰা হৈছে। মহেন্দ্ৰ সিং ধোনীৰ উপৰি অষ্ট্ৰেলিয়াৰ মেথিউ হেডেন, দক্ষিণ আফ্ৰিকাৰ হাছিম আম্‌লা আৰু অন্য চাৰিগৰাকী খেলুৱৈক এইবেলি HALL OF FAME-ত অন্তৰ্ভুক্ত কৰা হৈছে বুলি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদে প্ৰকাশ কৰিছে। ভাৰতৰ হৈ খেলা মুঠ ৫৩৮ খন খেলত তাৰকা খেলুৱৈগৰাকীয়ে ১৭ হাজাৰ ২৬৬ ৰান সংগ্ৰহ কৰিছে। ইপিনে, খেলুৱৈগৰাকীয়ে এই সন্মানৰ বাবে ICC-লৈ আন্তৰিক ধন্যবাদ প্ৰকাশ কৰিছে। ধোনীয়ে কয়, যে সমগ্ৰ বিশ্বৰ ক্রিকেট খেলুৱৈসক...