March 20, 2025 8:18 PM
12
ভাস্কৰ ৰাম সুতাৰলৈ মহাৰাষ্ট্ৰ চৰকাৰৰ সর্বোচ্চ অসামৰিক সন্মান মহাৰাষ্ট্ৰ ভূষণ
একতাৰ প্ৰতিমূৰ্তি বা ষ্টেচু অব্ ইউনিটিৰ নিৰ্মাতা, বৰেণ্য ভাস্কৰ ৰাম সুতাৰক মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনৰ সর্বোচ্চ অসামৰিক সন্মান মহাৰাষ্ট্ৰ ভূষণ আগবঢ়াবলৈ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিজে ৰাজ্যৰ বিধানসভাত আজি এই কথা ঘোষণা কৰে। পদ্ম ভূষণ সন্মানেৰে সন্মানিত ভাস্কৰ ৰাম সুতাৰে ১৮২ মিটাৰ উচ্চতাৰ বিশ্বৰ আটাইতকৈ ওখ মূৰ্তি ষ্টেচু অব্ ইউনিটিৰ আৰ্হি প্ৰস্তুত কৰিছিল। মুখ্যমন্ত্ৰী ফাড়নাবিজে কয়, যে ভাস্কৰ ৰাম সুতাৰক ৰাজ্যখনৰ সৰ্বোচ্চ সন্মান প্ৰদান কৰিবলৈ গঠন হোৱা ১২ জনীয়া সমিতিৰ তেওঁ মুখ্য নে...