June 7, 2025 10:06 AM
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত ১২ গৰাকী নক্সালবাদীৰ নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিজৰ উপস্থিতিত কালি ১২ গৰাকী নক্সালবাদীয়ে ৰাজ্যখনৰ গড়চিৰলি জিলাৰ নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰে। এই নক্সালবাদী কেইজনক ধৰাৰ বাবে এক ক...