June 7, 2025 10:06 AM

views 21

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত ১২ গৰাকী নক্সালবাদীৰ নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিজৰ উপস্থিতিত কালি ১২ গৰাকী নক্সালবাদীয়ে ৰাজ্যখনৰ গড়চিৰলি জিলাৰ নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰে। এই নক্সালবাদী কেইজনক ধৰাৰ বাবে এক কোটি টকাতকৈও অধিক পুৰস্কাৰ ঘোষণা কৰা হৈছিল। এই সংক্ৰান্তত মুখ্যমন্ত্ৰী শ্ৰী ফাড়নাবিজে মহাৰাষ্ট্র-চত্তিশগড় সীমান্তৰ ভিতৰুৱা গাঁও কবান্দে ভ্ৰমণ কৰিছিল। মুখ্যমন্ত্রী ফাড়নাবিজেই হৈছে নক্সাল অধ্যুষিত এনে অঞ্চল ভ্ৰমণ কৰা ৰাজ্যখনৰ প্ৰথমগৰাকী মুখ্যমন্ত্রী। মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ত ১২ গৰাকী দুৰ্ধৰ্ষ উগ্ৰপন্থীয়ে তেওঁলো...