August 22, 2025 12:55 PM
মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ তাৰাপুৰ-বইচাৰ ঔদ্যোগিক এলেকাৰ ঔষধ কোম্পানীত গেছ নির্গমনৰ ঘটনাত ৪জন লোকৰ মৃত্যু
মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ তাৰাপুৰ-বইচাৰ ঔদ্যোগিক এলেকাৰ এটা ঔষধ কোম্পানীত কালি হোৱা গেছ নির্গমনৰ ঘটনাত ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয়। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে ম...