December 1, 2024 12:09 PM

views 17

অহা ৫ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত মহাযুটি চৰকাৰৰ শপতগ্ৰহণ সমাৰোহ

মহাৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত মহাযুটি চৰকাৰৰ শপতগ্ৰহণ সমাৰোহ অহা ৫ ডিচেম্বৰত মুম্বাইৰ আজাদ মৈদানত অনুষ্ঠিত হ'ব। সামাজিক মাধ্যম যোগে দিয়া এটা পোষ্টত মহাৰাষ্ট্ৰৰ বিজেপিৰ অধ্যক্ষ চন্দ্ৰশেখৰ বাৱানকুলেই কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই অনুষ্ঠানত উপস্থিত থাকিব। মহাযুটি মিত্রজোঁটত বিজেপি, শিৱসেনা সিন্দে গোট আৰু অজিত পাৱাৰৰ ৰাষ্ট্রবাদী কংগ্ৰেছ পাৰ্টী- এন চি পিয়ে অলপতে অনুষ্ঠিত বিধানসভা নিৰ্বাচনত ২৮৮খন আসনৰ ভিতৰত ২৩০খন দখল কৰিছে। ভাৰতীয় জনতা পাৰ্টীয়ে ১৩২খন আসনসহ আটাইতকৈ বৃহৎ দল হিচাপে পৰিগণিত হোৱাৰ ...