May 16, 2024 6:42 PM

views 11

মহাৰাষ্ট্ৰত লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত ১৩টা সমষ্টিত ২৬৪গৰাকী প্ৰাৰ্থীৰ প্রতিদ্বন্দ্বিতা

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত মহাৰাষ্ট্ৰত ধুলে, দিন্দোৰি, নাছিক, কল্যাণ, পালঘৰ, ভিৱান্দি, থানে, মুম্বাই উত্তৰ, মুম্বাই উত্তৰ-পশ্চিম, মুম্বাই উত্তৰ-পূব, মুম্বাই উত্তৰ-মধ্য, মুম্বাই দক্ষিণ-মধ্য আৰু মুম্বাই দক্ষিণ- এই ১৩টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত ২৬৪গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। এই পৰ্যায়ত নির্বাচনী ভাগ্য নির্ণয় হ'বলগীয়া উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী পীযূষ গোৱেল আৰু ভাৰতী পাৱাৰ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ পুত্ৰ ড০ শ্রীকান্ত সি...