May 19, 2025 12:22 PM
মহাৰাষ্ট্ৰৰ ছ’লাপুৰত সংঘটিত অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ প্ৰতি ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ গভীৰ শোক প্রকাশ
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ ছ'লাপুৰৰ এটা কাৰখানাত সংঘটিত অগ্নিকাণ্ডত বহুকেইজন লোকৰ মৃত্যু হোৱা ঘটনাত গভীৰ শোক প্রকাশ কৰিছে। সামাজ...