November 20, 2024 9:04 PM

views 52

ঝাৰখণ্ডত ৬৭.৫৯ শতাংশ আৰু মহাৰাষ্ট্ৰত ৫৮.২২ শতাংশ ভোটদান

মহাৰাষ্ট্ৰৰ একক পৰ্যায়ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ আজি বিয়লি সামৰণি পৰিছে। ঝাৰখণ্ডৰ নক্সাল অধ্যুষিত আৰু অতি স্পৰ্শকাতৰ বুলি চিহ্নিত ৩১টা ভোটকেন্দ্ৰত অৱশ্যে আবেলি ৪ বজাতে ভোটগ্রহণৰ সামৰণি পৰে। শেহতীয়া তথ্য অনুসৰি ঝাৰখণ্ডত ৬৭.৫৯ শতাংশ আৰু মহাৰাষ্ট্ৰত ৫৮.২২ শতাংশ ভোটদান হয়। অৱশ্যে ভোট দানৰ প্ৰকৃত হাৰ ভোট গ্রহণ কেন্দ্ৰসমূহৰ পৰা অহা তথ্যৰ ভিত্তিত নিশাৰ ভাগলৈ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিব। আজি মহাৰাষ্ট্ৰৰ নাণ্ডেড় লোকসভা সমষ্টি, পাঞ্জাব, উত্তৰ প্ৰদেশ, কেৰালা আৰু উত্তৰ...

November 20, 2024 6:57 PM

views 48

মহাৰাষ্ট্ৰৰ একক পৰ্যায়ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সামৰণি

মহাৰাষ্ট্ৰৰ একক পৰ্যায়ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ আজি বিয়লি সামৰণি পৰিছে। ঝাৰখণ্ডৰ নক্সাল অধ্যুষিত আৰু অতি স্পৰ্শকাতৰ বুলি চিহ্নিত ৩১টা ভোটকেন্দ্ৰত অৱশ্যে আবেলি ৪ বজাতে ভোটগ্ৰহণৰ সামৰণি পৰে। শেহতীয়া তথ্য অনুসৰি ঝাৰখণ্ডত ৬৭.৫৯ শতাংশ আৰু মহাৰাষ্ট্ৰত ৫৮.২২ শতাংশ ভোটদান হয়। অৱশ্যে ভোটগ্ৰহণৰ প্ৰকৃত হাৰ ভোটকেন্দ্ৰসমূহৰ পৰা অহা তথ্যৰ ভিত্তিত নিশাৰ ভাগলৈ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিব আজি মহাৰাষ্ট্ৰৰ নাড়ে লোকসভা সমষ্টি, পাঞ্জাব, উত্তৰ প্ৰদেশ, কেৰালা আৰু উত্তৰাখণ্ডৰ ১৫ট...

November 18, 2024 8:10 PM

views 37

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন। বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ভোটাৰৰ সমৰ্থন লাভ কৰিবলৈ সৰ্বাত্মক প্রচেষ্টা চলাই আছে৷ ৰাজ্যখনত পৰহিলৈ ভোটগ্রহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে অহা ২৩ নৱেম্বৰত ভোট গণনা অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি গণ্ডিয়া আৰু নাগপুৰত প্ৰচাৰ চলোৱাৰ বিপৰীতে বিজেপিৰ সভাপতি জে পি নাড্ডাই থানে, ছোলাপুৰ আৰু আহমেদনগৰত অনুষ্ঠিত ৰাজহুৱা সভাত ভাষণ দিব। ইফালে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে মুম্বাইত এখন সংবাদ মেল সম্বোধন কৰে। কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ উত...

November 15, 2024 8:03 PM

views 31

মহাৰাষ্ট্ৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

মহাৰাষ্ট্ৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। প্ৰধান ৰাজনৈতিক দলৰ নেতাসকলে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰচাৰ অভিযানত নামি পৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি থানেত এখন নির্বাচনী সভাত ভাগ লয়। তেওঁ কয় যে বিজেপিয়ে প্ৰতিৰক্ষা খণ্ডক সবল কৰি তুলিছে আৰু দেশৰ অভ্যন্তৰীণ সুৰক্ষা ব্যৱস্থা সুদৃঢ় কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়েও আজি দলৰ হৈ ভিন ভিন স্থানত প্ৰচাৰ চলায়। ইপিনে, এন চি পিৰ শাৰদ...

November 13, 2024 8:34 PM

views 40

মহাৰাষ্ট্ৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত

মহাৰাষ্ট্ৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। ৰাজনৈতিক দলসমূহে ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্রী অমিত শ্বাহে আজি ধুলে জিলাৰ সিন্দখেড়াৰ এখন নির্বাচনী সভাত ভাগ লয়। তেওঁ হাৰিয়াণাৰ উদাহৰণ দি মহাৰাষ্ট্ৰত শাসকীয় মহা মিত্ৰজোট পুনৰ ক্ষমতালৈ আহিব বুলি মন্তব্য কৰে। বিজেপিৰ নেতাগৰাকীয়ে মুখ্যমন্ত্রী মাঝি লড়কী বহিন আঁচনিৰ বিৰোধিতা কৰাৰ বাবে এন চি পি শাৰদ পাৱাৰ গোটৰ সাংসদ সুপ্রিয়া ছুলে আৰু এম ভি এ নেতাসকলক তীব্...

November 8, 2024 12:39 PM

views 39

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। ৰাজ্যখনৰ ২৮৮ টা বিধানসভা সমষ্টিৰ বাবে ২০ নৱেম্বৰত ভোটগ্রহণ অনুষ্ঠিত হ'ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ধূলে আৰু নাচিকত কেইবাখনো নির্বাচনী সভাত ভাষণ দিব। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যম যোগে কৈছে যে, তেওঁ এই নিৰ্বাচনী সভাত ৰাইজৰ আশীষ বিচাৰিব। শ্রীমোদীয়ে লগতে আসন্ন নিৰ্বাচনত ৰাজ্যখনৰ জনসাধাৰণে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা এন ডি এৰ প্ৰাৰ্থীসকলৰ জয় সুনিশ্চিত কৰিব বুলি আস্থা প্ৰকাশ কৰিছে ।

November 4, 2024 6:01 PM

views 33

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। যোৱা ৩০ অক্টোবৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হয়। ৰাজ্যখনৰ ২৮৮টা বিধানসভা নিৰ্বাচনৰ বাবে ৭ হাজাৰ ৯৯৪ প্রার্থীয়ে দাখিল কৰা মনোনয়ন পত্র বৈধ ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যখনত অহা ২০ নৱেম্বৰত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নির্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰধান দলসমূহৰ ভিতৰত বিজেপি, শিৱসেনা, এন চি পি মিত্ৰজোঁটৰ শাসনাধিষ্ঠ মহায়ুটি আৰু কংগ্ৰেছ, শিৱসেনা ইউ বি টি আৰু শৰদচন্দ্ৰ পাৱাৰ গোটৰ এন চি পি মহা বিকাশ অঘড়ী মিত্...

November 4, 2024 12:28 PM

views 33

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। যোৱা ৩০ অক্টোবৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হয়। ৰাজ্যখনৰ ২৮৮টা বিধানসভা নিৰ্বাচনৰ বাবে ৭ হাজাৰ ৯৯৪ প্ৰাৰ্থীয়ে দাখিল কৰা মনোনয়ন পত্র বৈধ ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যখনত অহা ২০ নৱেম্বৰত এটা পর্যায়ত নির্বাচন অনুষ্ঠিত হ'ব। এই নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা প্ৰধান দলসমূহৰ ভিতৰত বিজেপি, শিৱসেনা, এন চি পি মিত্রজোঁটৰ শাসনাধিষ্ঠ মহায়ুটি আৰু কংগ্ৰেছ, শিৱসেনা ইউ বি টি আৰু শৰদচন্দ্ৰ পাৱাৰ গোটৰ এন চি পি মহা বিকাশ অঘড়ী মিত্...

October 28, 2024 8:22 PM

views 46

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ২৫গৰাকী প্ৰাৰ্থীৰ তৃতীয়খন তালিকা প্ৰকাশ

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে আজি ২৫ গৰাকী প্ৰাৰ্থীৰ তৃতীয়খন তালিকা প্ৰকাশ কৰিছে। দলটোৱে ভাছাই বিধানসভা সমষ্টিৰ বাবে স্নেহা প্রেমানাথ ডুবেক টিকট প্ৰদান কৰাৰ বিপৰীতে সুধাকৰ কোহালে পশ্চিম নাগপুৰ সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াব। সাৱনেৰ বিধানসভা সমষ্টিটোত আশীষ ৰঞ্জিত দেশমুখে প্রতিদ্বন্দিতা কৰিব। ভাৰতী লাভেকাৰে মুম্বাইৰ ভাৰ্চোৱাৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে লাতুৰ চহৰৰ পৰা অৰ্চনা পাৰ্টিল চাকুৰকাৰ, কৰজাৰ পৰা সাই দাহাকে, আষ্ট্ৰিৰ পৰা সুৰেশ ধাছ আৰু উত্তৰ কাৰাদৰ পৰা মনোজ ঘো...

October 28, 2024 11:35 AM

views 23

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ১৪ গৰাকী প্ৰাৰ্থীৰ তালিকা প্রকাশ

অহা ২০ নৱেম্বৰত হ'বলগীয়া মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে ১৪ গৰাকী প্ৰাৰ্থীৰ চতুর্থখন তালিকা প্রকাশ কৰিছে। দলে অন্ধেৰী পশ্চিম বিধানসভা আসনৰ বাবে শচীন সাৱন্তৰ সলনি অশোক যাদৱক প্রার্থিত্ব প্ৰদান কৰিছে। আনহাতে নালাছুপাৰা বিধানসভা সমষ্টিৰ পৰা সন্দীপ পাণ্ডে আৰু শিৱাজীনগৰৰ পৰা দত্তাট্ৰে বাহিৰতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন।