December 22, 2024 11:22 AM

views 11

মহাৰাষ্ট্ৰৰ নৱনিৰ্বাচিত চৰকাৰৰ মন্ত্ৰীসকলৰ মাজত দপ্তৰ বিতৰণ

মহাৰাষ্ট্ৰৰ নৱনিৰ্বাচিত চৰকাৰৰ দপ্তৰসমূহ কালি বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছক গৃহ, শক্তি, আইন আৰু ন্যায়পালিকা, সাধাৰণ প্ৰশাসন বিভাগ, তথ্য আৰু প্ৰচাৰ বিভাগ তথা আন কোনো মন্ত্ৰীক আৱণ্টিত নোহোৱা বিভাগসমূহৰ দায়িত্ব অর্পণ কৰা হৈছে। উপ মুখ্যমন্ত্রী একনাথ সিন্দে আৰু অজিত পাৱাৰক নগৰ উন্নয়ন, গৃহ নিৰ্মাণ, ৰাজহুৱা উদ্যোগ তথা বিত্ত আৰু পৰিকল্পনা বিভাগৰ দায়িত্ব অর্পণ কৰা হৈছে। মহাৰাষ্ট্ৰৰ বিজেপিৰ মুৰববী চন্দ্ৰশেখৰ বাৱানকুলেক ৰাজহ বিভাগৰ দায়িত্ব দিয়া হৈছে। উল্লেখযোগ্য যে, কেবিনেট আৰু ৰাজ্...