December 16, 2024 12:30 PM
9
মহাৰাষ্ট্ৰত মহায়ুটী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, কেইবাগৰাকী মন্ত্ৰীৰ শপতগ্ৰহণ
মহাৰাষ্ট্ৰত শাসনাধিস্থিত মহায়ুটী মন্ত্ৰীসভাৰ কালি সম্প্ৰসাৰণ কৰা হয়। মন্ত্ৰীসভাৰ কেইবাগৰাকী সদস্যই কালি শপতগ্ৰহণ কৰে। বিজেপিৰ ১৬ গৰাকী, শিৱসেনাৰ ৯ গৰাকী আৰু এন চি পিৰ ৮ গৰাকী সদস্যই কেবিনেট মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। উল্লেখযোগ্য নেতাসকলৰ ভিতৰত মহাৰাষ্ট্ৰ বিজেপিৰ মুৰব্বী চন্দ্ৰশেখৰ বাৱনকুলে কেবিনেট মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। তেওঁৰ লগতে দলৰ নেতা ৰাধাকৃষ্ণ ভিখে পাৰ্টিল, চন্দ্ৰকান্ত পাটিল আৰু গিৰিশ মহাজনে কেবিনেট মন্ত্ৰী হিচাপে শপত লয়। এন চি পিৰ নেতা হাচান মছৰিফ আৰু শিৱসেনাৰ নেতা গোলাপ ৰাও পা...