January 11, 2025 12:19 PM

views 20

মহাৰাষ্ট্ৰৰ জলাশয়সমূহৰ সংৰক্ষণ সন্দৰ্ভত ব’ম্বে উচ্চ ন্যায়ালয়ৰ ৰাজহুৱা স্বার্থ জড়িত গোচৰ ৰুজু

ব'ম্বে উচ্চ ন্যায়ালয়ে মহাৰাষ্ট্ৰৰ জলাশয়সমূহৰ সংৰক্ষণ সন্দৰ্ভত নিজাববীয়াকৈ এটা ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু কৰি শুনানিৰ ব্যৱস্থা কৰিছে। মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায় আৰু ন্যায়াধীশ অমিত বৰকাৰৰ খণ্ড বিচাৰপীঠে উচ্চতম ন্যায়ালয়ৰ এটা নিৰ্দেশৰ ভিত্তিত এই শুনানিৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে ২০২৪ চনৰ ডিচেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে দেশৰ সকলো উচ্চ ন্যায়ালয়ক ৰামছাৰ সংৰক্ষিত অঞ্চল হিচাপে পৰিচিত জলাশয়সমূহৰ সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰ সমূহে ব্যৱস্থা গ্ৰহণ কৰিছে নে নাই, সেই বিষয়টো নিৰীক্ষণ কৰি...