September 21, 2025 7:33 PM

views 32

আজি মহালয়া

আজি মহালয়া। মহালয়াৰ পৱিত্ৰ ক্ষণত দেৱী দুৰ্গাৰ ধৰালৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগে লগেই পিতৃ পক্ষৰ সমাপ্তি ঘটি দেৱী পক্ষৰ সূচনা হয়। কাইলৈ নৱৰাত্ৰিৰ প্ৰথম দিনটোত দেৱীক শৈল্যপুত্ৰীৰ ৰূপত পূজা দি শাৰদীয় দুর্গা পূজাৰ আধ্যাত্মিক পৰ্বসমূহো আৰম্ভ হ'ব। এইবাৰ দেৱীয়ে হস্তীত আগমন কৰিব আৰু ঘোঁৰাৰে গমন কৰিব। মহালয়া উপলক্ষে পিতৃ পুৰুষৰ শ্ৰাদ্ধ পাৰ্বন আদি কৰা হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নৈ, জান-জুৰি ঘাটত পূৰ্বপুৰুষৰ আত্মাৰ সদগতিৰ বাবে ভক্তসকলে মহালয়াৰ পৱিত্ৰ ক্ষণত শ্ৰাদ্ধ আগবঢ়ায়। উল্লেখযোগ্য ...

October 2, 2024 7:24 PM

views 41

আজিৰে পৰা ধৰালৈ দেৱী দুৰ্গাক আদৰাৰ প্ৰস্তুতি আৰম্ভ

আজি মহালয়া। আজিৰ দিনটোতে পিতৃপক্ষৰ সমাপ্তি ঘটি দেৱীপক্ষৰ সূচনা হয়। কাইলৈৰপৰা নৱৰাত্ৰি পালন কৰা হ'ব। আজিৰ দিনটোতে দেৱী দুৰ্গাৰ ধৰালৈ আগমন ঘটে বুলি বিশ্বাস প্রচলিত আছে। ইয়াৰ লগে লগেই দুৰ্গা পূজাৰ আধ্যাত্মিক পৰ্বসমূহো আৰম্ভ হয়। আজি মহালয়াৰ দিনা পুৱাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নৈ, জান-জুৰি ঘাটত পূৰ্বপুৰুষৰ আত্মাৰ সদগতিৰ বাবে ভক্তসকলে শ্রাদ্ধ তৰ্পন কৰে। এই উপলক্ষে আজি নৈৰ ঘাটসমূহত অগণন লোকৰ সমাগম পৰিলক্ষিত হয়। ইপিনে, দেৱী দুৰ্গাৰ ধৰালৈ আগমনৰ বিশ্বাসক কেন্দ্ৰ কৰি আজি পুৱাৰে পৰা দেৱীৰ স্তুতিৰে মহি...

October 2, 2024 9:40 AM

views 57

আজি মহালয়া

● আজি মহালয়া। আহিন মাহৰ অমাৱাস্যা তিথিটোক মহালয়া নামেৰে অভিহিত কৰা হয় আৰু এই দিনটোতে দিন-ৰাতিৰ সন্ধিক্ষণৰ পৰা মহালয়া পূজা আৰম্ভ হয়। মহালয়ৰ পৱিত্ৰ ক্ষণত দেৱী দুৰ্গাৰ ধৰালৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগে লগেই দুৰ্গা পূজাৰ আধ্যাত্মিক পৰ্বসমূহো আৰম্ভ হয়। মহালয়া উপলক্ষে পাৰ্বন শ্রাদ্ধ কৰা হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নৈ, জান-জুৰি ঘাটত পুৱতি নিশাৰে পৰা ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হয়।