January 29, 2025 8:03 PM

views 13

গণৰাজ্য দিৱসৰ কুচকাৱাজত উত্তৰ প্ৰদেশৰ মহাকুম্ভ ২০২৫ প্ৰতীকপট শ্রেষ্ঠত্বৰ সন্মান লাভ

নতুন দিল্লীৰ কৰ্তব্য পথত অনুষ্ঠিত এইবাৰৰ গণৰাজ্য দিৱসৰ কুচকাৱাজত উত্তৰ প্ৰদেশৰ মহাকুম্ভ ২০২৫ স্বর্ণিম ভাৰত-ঐতিহ্য আৰু উন্নয়নৰ বিষয়বস্তুৰে সাজি উলিওৱা প্ৰতীকপটে শ্রেষ্ঠ প্রতীকপটৰ সন্মান লাভ কৰিছে। ত্ৰিপুৰাই দ্বিতীয় আৰু অন্ধ্ৰপ্ৰদেশে তৃতীয় শ্রেষ্ঠ প্রতীকপটৰ সন্মান লাভ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগসমূহৰ ভিতৰত জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ জনজাতীয় গৌৰৱ বৰ্ষ বিষয়বস্তুৰ প্ৰতীকপটে শ্রেষ্ঠ প্রতীকপটৰ সন্মান লাভ কৰিছে। সেইদৰে জম্মু আৰু কাশ্মীৰ ৰাইফল দলে শ্ৰেষ্ঠ মাৰ্চিং সন্মান আৰু কেন্দ্ৰীয়...