May 17, 2024 12:25 PM

views 16

২৭ সংখ্যক ৰাষ্ট্ৰীয় ফেডাৰেচন ছিনিয়ৰ এথলেটিক্‌ছ প্রতিযোগিতাত মেহদি হাছানৰ সোণৰ পদক অৰ্জন

ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ২৭ সংখ্যক ৰাষ্ট্ৰীয় ফেডাৰেচন ছিনিয়ৰ এথলেটিক্‌ছ প্রতিযোগিতাৰ পুৰুষৰ ১৫০০ মিটাৰ দৌৰত অসমৰ মেহদি হাছানে সোণৰ পদক অৰ্জন কৰে। দৌৰ প্রতিযোগিতাত মেহদি হাছানে এহেজাৰ ৫০০ মিটাৰ ৩ মিনিট ৪২ ছেকেণ্ড ৮২ মিলিছেকেণ্ডত সম্পূৰ্ণ কৰে।