December 12, 2024 8:14 PM

views 12

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত কাইলৈ মহাকুম্ভ মেলা-২০২৫ উদ্বোধন

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত হ'বলগীয়া মহাকুম্ভ মেলা-২০২৫ৰ কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব । অহা ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া প্ৰকৃত কুম্ভ মেলাৰ বাবে প্ৰয়াগৰাজত প্রায় ৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ১০ খন নতুন উৰন সেঁতু, নদী ঘাট, নদীৰ দাঁতিৰ পথৰ লগতে ৫টা মন্দিৰ কৰিড'ৰ নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কাইলৈ এই প্রকল্পসমূহ আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ পূৰ্বে ত্রিবেনী সংগম, অক্ষয়ভাৰ্ট আৰু হনুমান মন্দিৰত পূজা-অৰ্চনা কৰাৰ লগতে গংগা আৰতিতো অংশগ্ৰহণ কৰি...