January 1, 2025 6:23 PM
12
প্ৰয়াগৰাজত অহা ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ মহাকুম্ভমেলা
বিশ্বৰ সৰ্ববৃহৎ আধ্যাত্মিক সমাগমৰ অনুষ্ঠান মহাকুম্ভমেলা বিশ্বাস, সংস্কৃতি আৰু প্ৰাচীন পৰম্পৰাৰ অপূৰ্ব সমন্বয়থলী হিচাপে বিবেচিত হৈ আহিছে। হিন্দু ধর্মীয় বিশ্বাস অনুসৰি এই পৱিত্ৰ উৎসৱ ১২ বছৰৰ পাছত চাৰিখন পৱিত্ৰ নগৰী হৰিদ্বাৰ, উজ্জয়িনী, নাচিক আৰু প্ৰয়াগৰাজত আয়োজন কৰা হয় ৷ প্ৰতিখন নগৰীয়ে ভাৰতৰ আটাইতকৈ পৱিত্ৰ হিচাপে গণ্য কৰা নদীসমূহৰ পাৰত অৱস্থিত। অহা ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ প্ৰয়াগৰাজত হ'বলগীয়া এই মেলাত লক্ষ লক্ষ যাত্ৰী আৰু দৰ্শনাৰ্থীৰ সমাগম দেখিবলৈ পোৱা যাব। এই মেলাই ভক্তি, একতা আৰু...