February 12, 2025 8:44 PM February 12, 2025 8:44 PM

views 6

মাঘী পূর্ণিমা উপলক্ষে আজি মহাকুম্ভত ১ কোটি ৫৯ লাখৰো অধিক ভক্তৰ পবিত্ৰ স্নান সম্পন্ন

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভত মাঘী পূর্ণিমা উপলক্ষে আজি দুপৰীয়া বাৰ বজালৈ এক কোটি ৫৯ লাখৰো অধিক ভক্তই পবিত্ৰ স্নান সম্পন্ন কৰে। ইয়াকৈ লৈ বৰ্তমানলৈকে প্ৰায় ৪৭ কোটি ৫৫ লাখ ভক্তই পবিত্র স্নান সম্পন্ন কৰিছে। কল্পবাসৰ প্ৰথাৰ সামৰণি প্ৰতীকস্বৰূপ মাঘী পূৰ্ণিমাৰ স্নানৰ বিশেষ গুৰুত্ব আছে। চলিত বৰ্ষত কল্পবাস সম্পূৰ্ণ কৰা দহ লাখৰো অধিক লোকে এই স্নানত ভাগ ল'ব। ধর্মীয় বিশ্বাস অনুসৰি ত্ৰিবেণী সংগমৰ পাৰত মাঘি পূর্ণিমালেকে মহাকুম্ভৰ সময়ত কল্পবাস খাতিলে হেজাৰ হেজাৰ বছৰৰ তপস্যাৰ ফল পোৱা যায়। মহাকুম্ভ ...