October 5, 2025 6:37 PM
4
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড° মোহন যাদবৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল পৰিদৰ্শন
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড° মোহন যাদবে আজি পৰিয়ালৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল পৰিদৰ্শন কৰে। তেওঁ ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণৰ সময়ত গড়, হাতী, হৰিণকে ধৰি অন্যান্য বন্য...