September 25, 2024 6:50 PM

views 12

মাকাউ অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত ভাৰতৰ কিদাম্বী শ্রীকান্তৰ জয়লাভ

মাকাউ অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ আজি অনুষ্ঠিত প্ৰথম ৰাউণ্ডৰ খেলত ভাৰতৰ কিডাম্বী শ্রীকান্তে ইজৰাইলৰ ডেনিয়েল ডুবৱেংকোক ২১-১৪, ২১-১৫ ছেটত পৰাভূত কৰে। আনহাতে মিক্সড ডাবলছত ভাৰতৰ এন ছিক্কী ৰেড্ডী আৰু বি সুমিত ৰেড্ডীয়ে মালয়েছিয়াৰ হ' ল' ই আৰু লু বিংগ কুনক ২৪-২২, ১০-২১ আৰু ২১-১৩ ছেটত পৰাভূত কৰে । প্রতিযোগিতাৰ ডাবলছ শিতানত তৃতীয় শীর্ষ বাছনিৰ খেলুৱৈৰ যুটী ভাৰতৰ গায়ত্ৰী গোপীচান্দ আৰু তৃষা জ'লী ৰাউণ্ড অৱ ছিক্সিটনত উপনীত হৈছে। তেওঁলোকে জাপানৰ আকাৰী ছাৰ্ট আৰু মায়া টাগুচিৰ যুটীটোক ১৫-১২...