January 31, 2025 6:44 PM January 31, 2025 6:44 PM
5
পৰম্পৰাগত ৰীতি-নীতিৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মে-ডাম-মে-ফি পালন
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আহোম জনগোষ্ঠীয় লোকসকলৰ পৱিত্ৰ অনুষ্ঠান মে-ডাম-মে-ফি পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰা হয়। আহোম জনগোষ্ঠীয় লোকসকলে আজিৰ দিনটোত পুলিন-পুথাওসকলক স্মৰণ কৰি দেশ আৰু জাতিৰ মঙ্গলৰ বাবে প্ৰাৰ্থনা জনায়। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু চৰাইদেউ জিলা প্ৰশাসন তথা বৃহত্তৰ কেন্দ্ৰীয় মে-ডাম-মেফি উদযাপন সমিতিৰ সহযোগত চৰাইদেউ পি এম শ্ৰী সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে মে-ডাম-মেফি উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত সাংস্কৃতিক পৰ...