August 12, 2025 9:06 PM
15
লোকসভাত আজি ভাৰতীয় বন্দৰ বিধেয়ক-২০২৫ গৃহীত
ভাৰতীয় বন্দৰ বিধেয়ক-২০২৫ আজি লোকসভাত গৃহীত হয়। এই বিধেয়কখনে জল পৰিবহণৰ সৈতে জড়িত আইন শক্তিশালী কৰা, বন্দসমূহেৰে হোৱা বাণিজ্যৰ নিয়মাৱলীৰ সৰলীকৰণ আৰু ভাৰতৰ বন্দসমূহৰ যথাযথ ব্যৱহাৰ সুনিশ্চিত কৰিব। বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দি কেন্দ্ৰীয় বন্দৰ আৰু জাহাজ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, যে একবিংশ শতিকাৰ প্ৰত্যাহ্বান পূৰণ কৰিব পৰাকৈ এই আইনখন সমর্থ হ'ব। তেওঁ কয়, যে দেশৰ উপকূলৱৰ্তী ৰাজ্যসমূহত ৰাজ্যিক সমুদ্র বাণিজ্য পৰিষদ গঠনৰ বাবেও এই নতুন আইনখনত ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে। তদ...